Nirmali's FLP Business

Nirmali's FLP Business

Share

About FLP business

06/12/2022

আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব । আপুনি জানো আপোনাৰ জীৱনত যি income হৈ আছে, তাক লৈ সুখী ? আপুনি নাভাৱে নে আপোনাৰ অধিক income হওঁক , যদি আপুনি বিছাৰে মই আপোনাক তেনে এটি সুন্দৰ platform ৰ বিষয়ে জনাব বিছাৰো । আপুনি আগ্ৰহী হলে এই লিখনিটো পোৱা মাত্ৰকে মোৰ লগত WhatsApp 9706057704 বা messenger ত যোগাযোগ কৰক । অহা ইং 11/12/2022 তাৰিখে দিনৰ 10 বজাত গুৱাহাটীৰ মাছখোৱা স্থিত প্ৰাগজ্যোতিষ অ'ডিটৰিয়ামত এখন Life changing চেমিনাৰৰ আয়োজন কৰা হৈছে । য'ত উপস্থিত থাকিব দিল্লীৰ পৰা বিখ্যাত business motivator Mr. Prakash Agarwal. যাৰ motivation লৈ কোনো-একো নথকা বহু লোক আজিৰ তাৰিখত এটা সুন্দৰ income লৈ থাকিবলৈ সক্ষম হৈছে । মনত ৰাখিব উক্ত seminar খনত উপস্থিত থাকিবলৈ আপোনাক entry pass ৰ দৰকাৰ হ'ব ,সেই entry pass মইহে আপোনাক যোগান ধৰিব পাৰিম । সেয়েহে আপুনি মোক যোগাযোগ কৰা নিশ্চয়কৈ আৱশ্যক । ধন্যবাদ ।

24/11/2022

নমস্কাৰ! আন্তৰিক অভিনন্দন জানিব। আজিৰ দিনত মানুহৰ এটা প্ৰধান সমস্যা হৈছে "খালি পকেট" ! হয় বন্ধু সকল, বৰ্তমান যি হাৰত বস্তু - বাহানিৰ মূল্য বৃদ্ধি হ'ব ধৰিছে ,এজন মানুহৰ বৰ্তমানৰ উপাৰ্জনৰ দ্বাৰা সমাজত চলিবলৈ বহুত কঠিন হৈ পৰিছে । আপুনিও নিবিচাৰে নে এটা সুন্দৰ উপাৰ্জন ? আপোনাৰ হাতত যদি উপাৰ্জন বঢ়াব পৰা কোনো পথ আছে, মোৰ কবলগীয়া নাই । যদিহে আপুনি তেনে ধৰণৰ কোনো পথ পোৱা নাই আৰু উপাৰ্জন বঢ়াব পৰা কোনো পথৰ সন্ধানত আছে , তেন্তে আদিয়েই মোৰ WhatsApp 9706057704 ত যোগাযোগ কৰিব । মই আপোনাক এনে এখন সুন্দৰ platform ৰ সন্ধান দিব পাৰো, যিখন platform ত মই বিগত পা্ঁচ বছৰৰ পৰা জড়িত হৈ থাকি প্ৰতি মাহে এটা সুন্দৰ উপাৰ্জন ল'বলৈ সক্ষম হ‌ওঁ ।

Photos from Nirmali's FLP Business's post 07/08/2021

বৰ্ত্তমানৰ এই ক'ভিড সৃষ্ট জটিল সময়ত আমি সকলো ফালৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ । এফালে চাউলৰ পৰা আৰম্ভ কৰি মাছ, শাক-পাচলি আদি খোৱাৰ নামত দৈনিক আমি ৰাসায়নিক সাৰ ভক্ষণ কৰি দেহত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিছো আনফালে অৰ্থনৈতিক বিপৰ্য্যয়ত পৰি দিক্ - বিদিক্ হেৰুৱাই মানসিক চাপত ভুগিছো । কিন্তু বন্ধু-বান্ধবী সকল , প্ৰত্যেক সমস্যাৰে সমাধান থকাৰ দৰে মই আপোনালোকৰ আগত এটা কথা share কৰিব খুজিছোঁ । আপোনালোকৰ বহুতৰে হয়তো জ্ঞাত যে , আমাৰ দেহৰ বাবে আৱশ্যকীয় প্ৰটিন , ভিটামিন , খনিজ লৱন ও আৱশ্যকীয় শক্তিবৰ্ধক খাদ্য আদি প্ৰস্তুত কৰা ও যোগান ধৰা এটা আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ লগত মই বিগত চাৰিবছৰ ধৰি জড়িত । আমাৰ প্ৰতিষ্ঠানৰ এবিধ বিশেষ শক্তিবৰ্ধক খাদ্য চলিত টকিঅ' অলিম্পিকত বিশ্বৰ আগশাৰীৰ খেলুৱৈ সকলে ব্যৱহাৰ কৰি সুফল লাভ কৰিছে বুলি ইতিমধ্যে স্বীকাৰ কৰিছে । প্ৰমাণ স্বৰূপে দুখনমান ফটো দিলো । ইয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ছালৰ ৰোগজনিত সমস্যাৰ পৰাও স্হায়ী পৰিত্ৰাণ পাব পাৰি । আটাইতকৈ ডাঙৰ কথা এই যে , এটকাও বিনিয়োগ নকৰাকৈ এই প্ৰতিস্হানত আপুনি জড়িত হৈ সুন্দৰ উপাৰ্জনৰ এটি ব্যৱসায় হিচাপে লৈ এই ক'ভিড সৃষ্ট আকালৰ দিনত আপোনাৰ অৰ্থনৈতিক সমস্যাৰ পৰাও হাত সাৰিব পাৰে । বিশদ ভাৱে জানিবলৈ মোক ফোন বা WhatsApp কৰিব পাৰে । 9706057704 , 9101609803

24/07/2021

h

11/07/2021
11/07/2021

মোৰ ব্যৱসায় সম্পৰ্কীয় page , "Nirmali's FLP Business" লৈ আপোনাক স্বাগতম জনালোঁ ।

Category

Telephone

Website

Address


Nagaon

Alerts

Be the first to know and let us send you an email when Nirmali's FLP Business posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nagaon.