Giasuddin Ahmed

Giasuddin Ahmed

Share

Life Coach #Digital Entrepreneur #Guiding young adult for online work# work from home The best business opportunity in the world.

24/07/2026

প্ৰতিদিনৰ অভ্যাসেই আপোনাৰ ভৱিষ্যৎ লিখি আছে।
ভাল অভ্যাস গঢ়ক, সফলতা নিজেই আহিব। ✍️💚

18/07/2026

আপোনাৰ Silent Improvement-এই এদিন Loud Introduction দিব। 💜

কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় গঢ়ক।
প্ৰতিদিন অলপ অলপকৈ নিজকে উন্নত কৰক, কাৰণ সফলতাই একদিন সকলোকে আপোনাৰ বিষয়ে ক'ব। 🚀

17/07/2026

নিজৰ ওপৰত সন্দেহ নহয়, বিশ্বাস ৰাখক।
আজিৰ আত্মবিশ্বাসেই কাইলৈৰ সফলতাৰ ভেটি। 💚✨

08/07/2026

আপুনি আজি যি কৰিছে, সেয়াই কাইলৈ আপোনাৰ Result। 💯
Consistency today. Success tomorrow. 🚀

07/07/2026

Grow yourself, and everything else will follow. 🌱

06/07/2026

🔥 Don't stop when you're tired, stop when you're done. 🔥

সফলতা তেওঁলোকৰেই হয়, যিসকলে ক্লান্ত হোৱাৰ পিছতো নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি থাকে। পথটো কঠিন হ'ব পাৰে, কিন্তু হাৰ নামানিলে জয় নিশ্চিত।

🎯 Focus ৰাখক।
🚀 Consistency বজাই ৰাখক।
🏆 Finish what you started.

Remember: Winners don't quit when it gets hard; they keep going until the job is done.

🚀🔥

30/06/2026

📖 তোমাৰ Future লুকাই আছে তোমাৰ Daily Routine-ৰ ভিতৰত।

প্ৰতিদিনে কৰা সৰু সৰু ভাল অভ্যাসেই কাইলৈৰ ডাঙৰ Success গঢ়ে। 💪🔥

✅ Learn Daily
✅ Improve Daily
✅ Grow Daily

29/06/2026

"যিমান Focus, সিমান Fast Progress. 🎯🚀"

Focus, Goal Setting, Success, Motivation, Fast Progress, Consistency, Daily Action, Growth Mindset, Personal Development, Leadership,

#

27/06/2026

Life change কৰিব বিচাৰেনে? Then change your daily habits first. 💯🦅

জীৱনত ডাঙৰ পৰিৱৰ্তন আনিবলৈ ডাঙৰ কামৰ প্ৰয়োজন নাই,
প্ৰয়োজন কেৱল সৰু সৰু ভাল অভ্যাস। 🚀

🌅 Early Wake Up
📚 Keep Learning
🎯 Stay Focused
⚡ Take Action
🔥 Be Consistent

🦅 Forever Living Products
Dream • Believe • Achieve

24/06/2026

যিমান Discipline, সিমান Freedom! 🔥🦅

বহুতে ভাবে Discipline মানে Restriction।
কিন্তু সত্যটো হ'ল — Discipline-এই আপোনাক Financial Freedom, Time Freedom আৰু Lifestyle Freedom দিয়ে।

No Shortcuts. Just Commitment.

Dream • Believe • Achieve

Telephone

Address


Kalyanpur
Guwahati
781006

Alerts

Be the first to know and let us send you an email when Giasuddin Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Guwahati.