Bhaskar Jyoti Sarania
�facebook এখনি প্ৰতিভাৰ মঞ্চ�মই ভাল পাওঁ প্ৰতিভা প্ৰচাৰ কৰিবলৈ �����
অসমৰ তথা আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভবিষ্যত মৰমৰ কৃত শৰণীয়াই এটি অতি সুন্দৰ জাতীয় গীত পৰিৱেশন কৰা ভিডিঅ' আগবঢ়াই দিলোঁ আশা কৰো সকলোৱে গীতটো শুনি like comment share কৰি সহযোগীতা আগবঢ়ায়!।🙏🌿 Krit Arun Sarania At Guwahati
23/02/2026
☘️🥀❤️❤️
🌿💚 শৰণীয়া কছাৰী সকলৰ কেন্দ্ৰীয় "বাঁহ গোসাঁই"(জাতীয় উৎসৱ)উৎসৱৰ ৰাতিপুৱা 🌿💚❤️২০২৫ গোৰেশ্বৰ ❤️💚🌿
💐💐🌼🌼মায়া নগৰী মুম্বাইত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সফল ভাৱে সমাপ্ত হয়🌼🌼🌼💐💐🙏🙏🙏🙏🙏🙏
অন্যায় কৰা সকলকো যদি এনেদৰে সংৰক্ষিত কৰি ৰাখিছে সেয়াও এক প্ৰকাৰৰ অন্যায় ।।।। ভগৱান আপুনি চকু দিব আৰু 🙏🙏🙏🙏🙏 সোনৰ অসম আজি কি হ'বলৈ আৰম্ভ কৰিলে অ🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹
✊✊✊💚AASKSU💚✊✊✊✊
17/07/2025
#সদৌ_অসম_শৰণীয়া_কছাৰী_ছাত্ৰ_সন্থাৰ_উদ্যোগত_আৰু_তামুলপুৰ_জিলা_শৰণীয়া_কছাৰী_ছাত্ৰ_সন্থাৰ_সহযোগত
👉শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্রমাণ-পত্র অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আৰু
👉শৰণীয়া কছাৰীক স্বায়ত্ব-শাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত "গণ বিক্ষোভ" প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
#আমাৰ_দাবী_ন্যায্য_দাবী
#ভিক্ষা_নহয়_অধিকাৰ_লাগে
তামুলপুৰ জিলাৰ সদৰ, তামুলপুৰত আজি চাৰি সহস্ৰাধিক শৰণীয়া কছাৰীৰ উপস্থিতিত এই এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
১৭ জুলাই, ২০২৫, বৃহস্পতিবাৰ।
Category
Website
Address
Guwahati
Alerts
Be the first to know and let us send you an email when Bhaskar Jyoti Sarania posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.