N M Production
Youth organization
19/09/2025
With Nibedita Kalita – I just got recognized as one of their top fans! 🎉
আশা
অন্ধকাৰৰ মাজতেও
আলো বিচাৰি যায় হৃদয়,
ভাঙি যোৱা সপোনবোৰে
নতুন পথ দেখুৱায়।
ঝৰ বতাহে নিলগীয়া,
তথাপি নাথাকে ভয়,
আশাৰ শিখা জ্বলি থাকে
জীৱনৰ প্ৰতিটো ক্ষণত।
আশা—
এটা সপোন, এটা সাহস,
এটা নিৰব প্ৰাৰ্থনা;
মানুহৰ জীৱনটোৰ
সৰ্বশ্ৰেষ্ঠ উপহার।
100 বছৰীয়া জন্ম বাৰ্ষিকী ত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ বিশ্ব বৰন্য শিল্পী ভূপেন হাজৰিকা
দেৱক🙏🙏
সকলোৰে ভাল নে?
02/09/2025
With Nibedita Kalita – I just got recognized as one of their rising fans! 🎉
ৰাঘূপাতি ৰাঘৱ ৰাজা ৰাম
পতিত পাব না সীতা ৰাম
ঈশ্বৰ আল্লাহ তেৰো নাম
সৱকো সন্মতি দে ভগৱান।।
আপুনি আপোনাৰ ভৱিষ্যত পৰিবৰ্তন কৰিব নোৱাৰে,কিন্তু আপোনাৰ অভ্যাস পৰিবৰ্তন কৰিব পাৰিব আৰু সেই অভ্যাস ই আপোনাৰ ভৱিষ্যত পৰিবৰ্তন কৰি দিব।
কাৰোবাৰ ভৰিত ধৰি সফলতা অৰ্জন কৰাত কৈ
সেই ভৰি দুখনেৰে দুখোজ খোজ কাঢ়ি নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰাই শ্ৰেষ্ঠ
Dr.A P J ABDUL KALAM
আপোনাৰ আপোন জনে যদি আপোনাৰ আবেগ খিনি বুজি নাপায় ভাবিব যে
Dal main kuch kala hain
Category
Website
Address
Garomari
Goalpara
783125
Alerts
Be the first to know and let us send you an email when N M Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.