kalitabenu

kalitabenu

Share

সপোনৰ ঠিকনা বিচাৰি।

03/01/2026

অহেতুক চিন্তাৰ পৰা বিৰত থাকক কাৰণ যি চিন্তাৰ কোনো মূল্য নাই বা কোনো ফল নাই সেই চিন্তা কৰি কি লাভ 🤔💡👍😊

12/12/2025

They say the sky’s the limit—I’m aiming for the stars. 🚀🔥 🌟💫🌠⭐️🎯

11/12/2025
03/12/2025

Silence is better than explaining.

03/12/2025

ধুনীয়া বিচৰাতকৈ এজন দায়িত্বশীল পুৰুষ বা নাৰী বিচাৰক শেষ পৰ্যন্ত লৈকে লগ দিব💪🏽👍

25/11/2025

মই মোৰ নিজৰ মাজতেই বহুত মূল্যবান, কাৰণ মই নিজক ভালদৰে জানো । আনে কি কয় কি নকয় মই গুৰুত্ব নিদিওঁ আৰু কাৰোবাৰ ওচৰত নিজকে ভাল বুলি প্ৰমাণ দিব নাযাওঁ।মানুহে বহুত কিবাকিবি ক'ব ,আগত নোৱাৰিলেও পিছত ক'ব ,কৈ থাকক একো আপত্তি নাই সেইবুলি কি সিহঁতৰ কথা প্ৰত্যেকটো সঁচা হব 😦 😊👍💕

25/11/2025

জীৱনৰ সংজ্ঞা বিচাৰি,
শূন্যৰ পাকত ঘূৰি ঘূৰি
উভতি আহোঁ শূন্য হাতেৰে ।

25/11/2025

সপোনবোৰ যেন এতিয়া সমাধিত হৈ ৰ'ল! ৰাখিব পৰাহলে দুহাতৰ মুঠিত ধৰি ৰাখিলো হেতেন।
কোনে জানে মানুহ এনেকৈয়ে সলনি হৈ যায় বুলি

25/11/2025

জীৱনৰ লগত অবিৰাম যুদ্ধ কৰি গৈছোঁ আৰু কিমান বাকী ? পাৰ যেন নেদেখোঁ ! কিমান দিনলৈ আৰু অন্ত কেতিয়া?

Category

Website

Address


Goalpara

Alerts

Be the first to know and let us send you an email when kalitabenu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Goalpara.