HD Assam

HD Assam

Share

AANKHO KA PAANI.�.AUR
DIL KI KAHANI - MAA KE SIWA
KOI NAHI SAMAJH SAKTA�
2.KISEE KEE HANSANE KEE

22/04/2026

📌 জুবিন গাৰ্গৰ“হ*ত্যাকাৰীক আজিলৈকে ন্যায় দিব নোয়াৰিলী বুলি মুখ্যমন্ত্ৰীক লক্ষ্য কৰি অ*শ্লীল ভাষাত আ*ক্ৰমণ
📌 সামাজিক মাধ্যমত এজন যুবকৰ বিতৰ্কিত ভিডিও পোষ্ট

18/04/2026

Who is Marmita?
জুবিনদা আমাৰ মাজৰ পৰা নোহোৱা হোৱা ৭ মাহ হৈছেহে ৷ ন্যায় বাদেই দিলো ! এনেও উদাস, নিস্তেজ বহাগ উদযাপন কৰিছোঁ ৷ মন- মগজু ভাল হৈ থকা নাই মোৰ দৰে হাজাৰ জনৰ !
এই সময়ত বছৰত ৯ মাহ নিজৰ ৰাজ্যত থাকি ৩ মাহ কুলিৰ দৰে অসমত আহি বেপাৰ কৰি জুবিনদাৰ গীত বেপেৰুৱা কৰিব নিজৰ স্বাৰ্থত সেইয়া সহ্য নহয় ! শিল্পীৰ কোনো ভাষা, জাতি, সুৰৰ সীমা নাই ৷ অসমত আহি অসমৰ শিল্পীৰ গীত গোৱাৰ অধিকাৰ আছে ৷ বিহাৰী আহি DJ ত ভুজপুৰি গায় আমি বাধা নিদিও ৷ দূৰ্গা পূজাকো আমি আকোৱালি লৈছোঁ ৷ ছঠ পূজাত আমাৰ সকলো যায় অথছ গাঁৱৰ বৰসভাতে নাযায় অসমীয়া ৷ অসমীয়াই সকলোকে আকোৱালি লৈয়ে আছে ৷ কিন্তু জুবিনদা, ভূপেন দা কোনো লোকৰ গীতক লৈ বহুৱালি কৰিব নোৱাৰিব ৷
মৰ্মিতাই এই গীত সমূহ ভালদৰে পৰিৱেশন কৰাৰ প্ৰতিভা আছে ৷ কিন্তু স্বইচ্ছাৰে বেয়াকৈ গাইছে ৷ মেকানিজিম তেওঁৰ স্বামীৰো আছে ৷ সিহঁতে বেপাৰ কৰবিলৈ আহিছে জুবিন গাৰ্গক লৈ আৰু অসমীয়াৰ আৱেগক লৈ ৷ দুমাহৰ আগত জুবিন ক্ষেত্ৰত গৈ over acting কৰোতেই কৈছিলোঁ বিহু আহি আছে বেপাৰৰ বাবে চকুলো নিগৰাইছে ৷ মৰ্মিতাৰ যোৱাবৰ্ষত যি জনপ্ৰিয়তা আছিল সেইবোৰ এই বৰ্ষত নাই ৷ ডিমাণ্ড কমিছে ৷ বিকল্প একো নাই যাৰ বাবে বাঙালীৰ মাথা লগালে ৷ সিহঁতি উপায় পালে যে অসমীয়া মানুহবোৰ ধানখেৰ জ্বলাদি জ্বলে ৷ জুবিন গাৰ্গৰ গীত বিজতৰীয়াকে গাম তাৰ পিছত অসম এদিনৰ বাবে জ্বলিব ৷ তাৰ পিছত ক্ষমা বিচাৰি দিম সকলো ক্ষান্ত হৈ যাব আৰু ২৬ বৰ্ষৰ আতাইটকৈ চৰ্চিত শিল্পী মৰ্মিতা হম ৷ show ৰ মূল্যও বাঢ়িব ৷ সিহঁতৰ যি মেকানিজিম আছিল সেইয়া সফল হ'ল ৷ অৱশেষত জুবিনদাৰ ভগ্নীৰ জন্মদিনৰ শুভেচ্ছা জনাই আৰ্শীবাদ বিচাৰি দিলে অখমীয়া(অসমীয়া) ই সাত খুন মাফ কৰি দিলে ৷
বহিৰাগতৰ চৰ,ঘোচা খোৱা জাতিটোৱে ক্ষন্তেকিয়া আৱেগ ত্যাগ কৰি নিজৰ ৰাজহাৰ চিধা কৰাৰ সময় আহিল ৷ আমি কেৱল পাপন, কৰিশ্মা, দীপলিনা ইত্যাদিক ক্ষমা খোজাব জানো মৰ্মিতাৰ দৰে ছিজন ফ্লাৱাৰক ঘন্টা কৰিব নোৱাৰো ! কেৱল গোলাঘাট, শিৱসাগৰ কিয় বাকি ৩০ খন বিহু কমিটিয়ে জুবিনদাৰ ভাষাত কৈছোঁ কি ঘন্টা কৰি আছে ? মঞ্চত গামোচা পিন্ধাই ফটা লেবেল দিবলৈ আৰু বিহুৰ নামত পইচা মাৰি তিনিমাহলৈ চলিবৰ বাবে ৰৈ আছে নেকি?

17/04/2026

📌শুৱালকুছিৰ মাজটোলৰ ব্ৰহ্মপুত্ৰ ঘাটত এটা মৃত ৰিভাৰ ডলফিন (শিহু) উদ্ধাৰ ।
📌নদীৰ পাৰতে উদ্ধাৰ কৰা হয় ডলফিনটো ।
📌স্থানীয় ৰাইজে ডলফিনটো উদ্ধাৰ কৰি হাজো বন-বিভাগক খৱৰ দিয়ে।
📌ঘটনাস্থলীত হাজো বন বিভাগৰ লোক উপস্থিত হয় ডলফিন টো পশু চিকিৎসাললৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ।
📌বন বিভাগে জানিব দিয়া মতে ডলফিনটোৰ অনুমানিক বয়স ২ বছৰ আৰু ওজন প্ৰায় ৫০ কিলো
📌ডলফিনটোৰ মৃত্যুৰ কাৰন জানিব পৰা হোৱা নাই।

16/04/2026

গৰু বিহুৰ আনন্দৰ মাজতে শোকাবহ ঘটনা: কৃষ্ণাই নৈত ডুবি দুই যমজ ভাতৃৰ মৃ*ত্যু ।
কৃষ্ণাইত গৰু গা ধোৱাবলৈ গৈ নিৰুদ্দেশ দুই ছাত্ৰ, উদ্ধাৰ অভিযানত মৃ*ত*দেহ উদ্ধাৰ ।
নৱম শ্ৰেণীৰ দুই যমজ ভাতৃ দীপাংকৰ আৰু দেৱাশীস নাথ।

07/04/2026

🟣দুধনৈ হত্যাকাণ্ডৰ আৰক্ষীৰ উপস্থিতিত ক্ৰাইম চিন ৰিক্ৰিয়েট৷
゚viralシfypシ゚

05/04/2026

Eman tolot namil BJP BJP Assam Pradesh BJP West Bengal

02/04/2026

Atai o amr ai dakhit ankuwa manuh asi BJP Assam Pradesh Indian National Congress - Assam

28/03/2026

ZUBEEN Dar karon manuh joniya jikhni kole xikhni amr Assamr manuh koribo laga

26/03/2026

*Manuh jone xosa khta koisa kune kune khta tu mane coment kora*❤️

24/03/2026

Data User video dakh lo 😃

Category

Website

Address


Village/Chapali. P. O/badgdoba . P S/Dhupdhara. District/Goalpara ( Assam)
Goalpara
783123

Alerts

Be the first to know and let us send you an email when HD Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Goalpara.