M D Home Help Center , Jonai
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from M D Home Help Center , Jonai, Health/Beauty, Gauhati.
01/09/2026
30/07/2026
মানুহে মানুহৰ বাবে৷
M.D.HOME HELP CENTER তৰপৰ পৰা সকলোলৈ নমস্কাৰ জনাইছো,আপোনালোকৰ ঘৰত ৰোগী চোৱা চিতা কৰিবলৈ NURSE লাগিলে আমাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ ৷অসমৰ প্ৰতিখন নগৰ,চহৰ,অঞ্চল পৰা সকলো সময়ত যোগাযোগ কৰিব পাৰিব 🔛☎️ 9365269552
18/06/2026
অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ লগতে হেঁপাহ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাঁচিছোঁ ।
15/04/2026
Happy Bihu
20/02/2026
আমাৰ NGO ত কাম ওলাইছে Nurse পঢ়া ছোৱালী লাগে কোনোলোকে যদি এই কামত আগ্ৰহী তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। থকা- খোৱা সকলো পাব অকল ছোৱালীজনিয়ে ঘৰত থাকি বেমাৰি ককা-দেউতা আৰু আইতা সকলক নিজৰ আই মাতৃৰ দৰে চোৱা- চিতা কৰিব লাগে।কোনোলোকে এনে কাম কৰিম বুলি ভাবিছে যদি।আমাৰ লগত যোগাযোগ কৰক।ফোন নং:-9365269553,7637991591
।।ধন্যবাদ।।
Category
Website
Address
Gauhati
781022
Alerts
Be the first to know and let us send you an email when M D Home Help Center , Jonai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.