Amra deshi manush
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Amra deshi manush, Beauty, cosmetic & personal care, NH-31, Bilasipara.
08/06/2023
ধন্যৱাদ অসম চৰকাৰ। ২০০৬ চনত গৰিয়া মৰিয়া দেশী সংগঠন এটাৰ জন্ম হৈছিল লক্ষ্য অাছিল গৰিয়া মৰিয়া দেশী সকলে অাগবাঢ়ি য়াব ধৰ্মীয় পৰিচয়ৰে নহয় গোষ্টীয় পৰিচয়ৰে। অমি অসমীয়া আমাক অসমীয়া মুছলমান বুলি ধৰ্মীয় পৰিচয়ৰে চিনাক্ত কৰাৰ বিৰোধ কৰিছিল সংগঠনটোৱে।আমাৰ চিন্তুা কাৰো লগত সংঘাত নহয় ,সকলো খিলঞ্জীয়া জাতি জনগোষ্টীৰ লগত একেলগে আগবাঢি যোৱাৰ চিন্তা, গমদে সকলৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰাৰ চিন্তা,সামাজিক ন্যায় আৰু নিৰাপওা দিয়াৰ চিন্তা, উঠি অহা প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত গঢ়াৰ চিন্তা,আমাৰ ভাষা সুৰক্ষিত কৰাৰ চিন্তা, এখন সুস্থিৰ সমাজৰ বুনিয়াদ গঢ়াৰ চিন্তা। যোৱা১৫ টা বছৰে গৰিয়া মৰিয়া দেশীৰ যোদ্ধা সকলে এই চিন্তা বিলাক Memorendum আকাৰে লগতে চৰকাৰৰ লক্ষ্যলৈ অানাৰ বাৱে বিভিন্ন সময়ত ৰাজপথত ৱহিবলগীয়া হৈছিল। চৰকাৰ খনে আন্দোলৰ প্ৰতি সহাৰি জনাই গৰিয়া উন্নয়ন পৰিষদ গঠন কৰি দিলে । কেৱল উন্নয়ন পৰিষদে আমাৰ সকলো সমস্যা সমাধান কৰিব নোৱাৰে, সুকীয়া জৰীপ ,উপগ্ৰহীয় স্বায়ও শাসন, আমাৰ মুখ্য দাৱী, আজিৰ সভাখনে অনাগত দিনত গৰিয়া মৰিয়া দেশী সকলৰ দিশ নিৰ্নায়ক হৱ বুলি আশা থাকিল। চৰকাৰৰ এই পদক্ষেপ প্ৰসংসনীয়।
Category
Website
Address
NH-31
Bilasipara
783348
Alerts
Be the first to know and let us send you an email when Amra deshi manush posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.