Bilasipara East Assembly NSUI
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bilasipara East Assembly NSUI, Health/Beauty, Bilasipara East, Bilasipara.
29/10/2022
আজি বিলাসী পাৰা পূৱ সমষ্টিৰ অন্তৰ্গত ৰত্নপীঠ মহাবিদ্যালয়ৰ NSUI গোট চাপৰ ৰাজীৱ ভৱনত গঠন কৰি দিয়া হ'ল।
উপস্থিত থাকে বিলাসী পাৰা পূৱ সমষ্টি NSUIৰ সভাপতি মাইনুৰ ইছলাম ডাঙৰীয়া, ধুবুৰী জিলা NSUIৰ সভাপতি ৰফিকুল হক ডাঙৰীয়া, অসম ৰাজ্যিক NSUIৰ সম্পাদক জিন্না আলম ডাঙৰীয়া, ধুবুৰী জিলা NSUIৰ বিভিন্ন বিষয়ববীয়া সকল,বিলাসাপাৰা পূৱ সমষ্টি NSUIৰ বিষয়ববীয়া আৰু ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।
সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
30/09/2022
্ৰদেশ_কংগ্ৰেছ_কমিটীৰ কাৰ্যকৰী সভাপতি মাননীয় #ৰানা_গোস্বামী ডাঙৰীয়াক বিলাসীপাৰা পূৱ সমষ্টি কমিটিৰ তৰফৰ পৰা বিলাসীপাৰালৈ উষ্ম আদৰণি জনোৱা মূহুৰ্তত।
Category
Website
Address
Bilasipara East
Bilasipara
Alerts
Be the first to know and let us send you an email when Bilasipara East Assembly NSUI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.